সুৰাপায়ীসকলৰ চিন্তাৰ কাৰণ নাই ! ৯ বজাতে খুলিব সুৰাৰ দোকান


সুৰাপায়ীসকলৰ বাবে সুখবৰ। এতিয়া চহৰসমূহত ৯ বজাৰ পৰা ১১ বজালৈ খোলা থাকিব সুৰাৰ দোকান। আনহাতে গ্ৰাম্যাঞ্চলত ৯ বজাৰ পৰা ২ বজালৈ খোলা থাকিব সুৰাৰ দোকান।

নতুন SOP অনুযায়ী চহৰ অঞ্চলত  ১১ বজাতে বন্ধ কৰিব লাগিব দোকানসমূহ। তেনেক্ষেত্ৰত সুৰাৰ দোকানসমূহ দেওবাৰৰ পৰা পুৱা ৯ বজাতে খুলিব পাৰিব। আবকাৰী বিভাগে জনাইছে এই তথ্য।

Iklan Atas Artikel

Iklan Tengah Artikel 1

Iklan Bawah Artikel